Pradhan Mantri Shishu Vikas Yojana Assam online apply. Skip to main content

Pradhan Mantri Shishu Vikas Yojana Assam online apply.

Pradhan Mantri Shishu Vikas Yojana Assam online apply Shishu Vikash Yojana or Health protection scheme is a centrally sponsored scheme launched in Assam. 

Pradhan Mantri Shishu Vikas Yojana Assam
Img by PMSVY 

Pradhan Mantri Shishu Vikas Yojana (প্রধান মন্ত্রী শিশু বিকাশ যোজনা). 

এই যোজনা কেৱল চৰকাৰী স্কুলত পঢ়ি থকাছাত্র ছাত্রীৰ বাবে প্রযােজ্য এই যোজনাৰ অধীনত ছাত্র - ছাত্রীসকলক একোখনকৈ কার্ড প্রদান কৰা হ ' ব । এই যোজনাৰ লাভ ৫ বছৰৰ পৰা ১৬ বছৰৰ ল ' ৰা - ছােৱালীৰ বাবেহে দিয়া হ ' ব । । ছাত্ৰ - ছাত্ৰীসকল চিকিৎসা হােৱাৰ পিছত চিকিৎসাৰ APPROx খৰচ আহি যাব । যিকোনাে হস্পিতালত আপুনি চিকিৎসা কৰিব পাৰিব ।

৭ দিনৰ ভিতৰত চিকিৎসা কৰাৰ কাগজ Online কৰিব লাগিব ।

২ . ৫ লাখ টকাৰ জীৱন বীমা , ।
২ . ৫ লাখ টকাৰ স্বাস্থ্য বীমা আৰু
৫ লাখ টকাৰ উচ্চশিক্ষাবীমা এই যোজনাৰ অন্তর্ভুক্ত ছাত্রছাত্রীসকলে লাভকব্বি ।

(PMSVY)ছােৱালীৰবাবে বিশেষ সুবিধা. 

  • এই যোজনাত ছােৱালীয়ে ষষ্ঠ শ্রেণীত উঠাৰ পিছত ৩০০০ / - টকা পাব. 
  • অষ্টম শ্রেণীত উঠাৰ পিছত ৫০০০ / - টকা পাব. 
  • দশম শ্রেণীত উঠাৰ পিছত ৭০০০ / - টকা পাব. 
  • দ্বাদশ শ্রেণীত উঠাৰ পিছত ৮০০০ / - টকা পাব. 
  • ছােৱালীৰ বয়স ২১ বছৰ হােৱাৰ পিছত ২ লাখ টকা পাব. 

PMSVY online apply Document. 

1 . Students Birth Certificate / School Certificate .
2 . Students 1 Copy Photo . ( with uniform ) ।
3 . Students with Father / Mother Join Photo . ( with uniform )
4 . Father / Mother Pan Card / Aadhar Card . Pan Card office. 

Phone Number
Toll Free: 1800 121 2494
Phone: 766-9002-690
WhatsApp : 798-2128-231

Online Appy :- Click here

Comments

Post a Comment